/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ff54c78a-4e99-4b7d-93a1-6c13b3c3ea3c/tyvgg.jpg)
মাজবাটৰ মুৰকাটিত বিধ্বং সী অগ্নিকাণ্ড।
দেওবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত তৰুণ ৰয় নামৰ ব্যক্তিজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভষ্মীভূত।
অগ্নিকাণ্ডত ব্যৱসায়িক প্ৰতিষ্ঠানত থকা তিনিখন দুচকীয়া বাহনও ভস্মীভূত হয়।
মাজবাটৰ অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুযায়।
দিপাৱলীৰ ফটকাৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ স্থায়ীন লোকৰ।