মাজবাট অগ্নিকাণ্ড! ভষ্মীভূত হ'ল কেইবালাখ টকাৰ সামগ্ৰী

মাজবাটৰ মুৰকাটিত বিধ্বংসী অগ্নিকাণ্ড
মাজবাট অগ্নিকাণ্ড! ভষ্মীভূত হ'ল কেইবালাখ টকাৰ সামগ্ৰী
  • মাজবাটৰ মুৰকাটিত বিধ্বং সী অগ্নিকাণ্ড।

  • দেওবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডৰ ফলত তৰুণ ৰয় নামৰ ব্যক্তিজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভষ্মীভূত।

  • অগ্নিকাণ্ডত ব্যৱসায়িক প্ৰতিষ্ঠানত থকা তিনিখন দুচকীয়া বাহনও ভস্মীভূত হয়।

  • মাজবাটৰ অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুযায়।

  • দিপাৱলীৰ ফটকাৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ স্থায়ীন লোকৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in