/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/be0017e5-54d9-4f34-9c60-aaed9493e9ff/oueoueoueoeueeeee.jpg)
-
মাজবাটত পুনৰ অস্ত্ৰ উদ্ধাৰৰ ঘটনা।
-
আৰক্ষীৰ অভিযানত উদ্ধাৰ এটা AK 56 ৰাইফল সহ ২০ জাই সজীৱ গুলী।
-
বৃহস্পতিবাৰে সন্ধিয়া মাজবাটৰ চিকাৰিডাঙাত অভিযান চলাইছিল মাজবাট আৰক্ষীয়ে।
-
ওদালগুৰিৰ ASP আচূৰ্য্য জীৱন বৰুৱা , মাাজবাট থানাৰ OC ৰাজীৱ গোহাইৰ নেতৃত্বত চলিছিল এই অভিযান।
-
গাতত পুতি ৰখা অৱস্থাত উদ্ধাৰ অস্ত্ৰ খিনি
-
বৰ্তমানেও অৰুণাচল সীমান্ত অঞ্চলটোৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।