/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
বহিঃৰাজ্যত পুনৰ মৃত্যু অসমৰ যুৱকৰ।
গৃহ অভিমুখী ট্রেইনত উদ্ধাৰ কৰা হয় মৃতদেহ।
মৃত যুৱকজন মাহমৰা খনিকৰ গাঁৱৰ বিমান চুতীয়া বুলি চিনাক্ত কৰা হৈছে।
ট্রেইনৰ শৌচাগাৰত উদ্ধাৰ কৰা হয় ব্যক্তিজনৰ মৃতদেহ ।
মৃতদেহটোত স্পষ্ট ৰূপত আছে আঘাতৰ চিন ।
বাংগালুৰুৰ আস্তিন নামৰ এটা প্লাই ফেক্টৰীত কৰ্মৰত আছিল যুৱকজন।
Also Read: 'বন সংৰক্ষণ সংশোধনী আইন-২০২৩'ৰ বিৰোধীতা নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ