সংখ্যালঘু পৰিণত উদ্ধৱ থাকৰে চৰকাৰ, গুৱাহাটীত বাহৰ পাতিছে ৪২ বিধায়কে, আহি আছে আন ৪ জন

সংখ্যালঘু পৰিণত উদ্ধৱ থাকৰে চৰকাৰ, গুৱাহাটীত বাহৰ পাতিছে ৪২ বিধায়কে, আহি আছে আন ৪ জন

author-image
asomiyapratidin
New Update
গুৱাহাটীত মহাৰাষ্ট্ৰৰ নাটক ফ্লপ হোৱাৰ দিশে নেকি!

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰত ৰাজনৈতিক সংকট নমাই একাংশ শিৱসেনাৰ মন্ত্ৰী-বিধায়ক সকলে বাহৰ পাতিছে। বৰ্তমান পৰ্যন্ত প্ৰায় ৪২ গৰাকী মন্ত্ৰী বিধায়ক আহি উপস্থিত হয় গুৱাহাটীত। ইয়াৰোপৰি আন ৪ গৰাকী বিধায়ক আহি আছে গুৱাহাটীলৈ।

Advertisment

গুৱাহাটীলৈ অহা একনাথ সিন্ধে আৰু অন্য মন্ত্ৰী বিধায়কৰ নাম তলত উল্লেখ কৰা হ'ল-

একনাথ সিন্ধে

প্ৰতাপ সৰনায়ক

শ্ৰী নিবাস বনগা

অনিল বাবৰ

নিতিন দেশমুথ

লতা সোনাবনে

যামিনী যাধৱ

সঞ্জয় সৰিসাত

মহেন্দ্ৰ দলবী

ভাৰত গোগৱলে

প্ৰকাশ সৰ্বে

সুহাশ কান্দে

বচ্চু কড্ড

নৰেন্দ্ৰ বোন্দেকৰ

সঞ্জয় গায়কবাৰ

সঞ্জয় ৰায়মূলকৰ

বালাজী কিন্হীকৰ

ৰমেশ বোৰনাৰে

চিমণৰাৱ পাটিল

কিশোৰ পাটিল

নিতিশ কুমাৰ তলে

সন্দীপান বুমৰে

মহেন্দ্ৰ থোৰৱে

ৰাজকুমাৰ পটেল

শনৰাজ চৌগুলে

প্ৰদীপ জেশৱাল

প্ৰকাশ অবিতকৰ

সাহজী পাটিল

বিশ্বনাথ ভোইৰ

শান্তাৰাম মোৰে

তানাজী সাৱন্ত

মহেশ মোৰে

শম্ভুৰাজ দেসাই

উদয়সিং ৰাজপুট

আব্দুল সট্টাৰ

assam maharashtra shiv sena bjp