New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-5.jpg)
- গুৱাহাটীত উপস্থিত মহাৰাষ্ট্রৰ আন এগৰাকী মন্ত্রী।
- দেওবাৰে সন্ধিয়া ভাগত উপস্থিত হয় মন্ত্ৰী গৰাকী।
- বিশেষ বিমানেৰে চুৰাটৰ পৰা বৰঝাৰত উপস্থিত মন্ত্রীগৰাকী।
- গুৱাহাটীত উপস্থিত উদ্ধৱ থাকৰেৰ সহযোগী মন্ত্রী উদয় সামান্ত।
- উদয় সামান্তৰ লগত আহে আন ৩ গৰাকী শিৱসেনাৰ নেতা।
- লগত আহে প্রদীপ ধাৱাল, প্রসাদ কাৰাণ্ডে, যোগেশ মহাঙ্গদে।
- বিমান বন্দৰৰ পৰা আটাইকেইগৰাকী ৰাওনা ৰেডিছন ব্লুললৈ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us