জালুকবাৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গ নহয়ঃ আমিনগাঁৱত এম জি ভি কে ভানু

জালুকবাৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গ নহয়ঃ আমিনগাঁৱত এম জি ভি কে ভানু

author-image
asomiyapratidin
New Update
জালুকবাৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গ নহয়ঃ আমিনগাঁৱত এম জি ভি কে ভানু

  • আমিনগাওঁ ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা তথা অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সতিব এম জি ভি কে ভানুৰ নিৰ্বাচনী সভা।
  • সভাত শাসনাধিস্থ বিজেপি চৰকাৰক কঠোৰ সমালোচনা।
  • তেওঁ লগতে কয়-  'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাহিৰে একো দিয়া নাই।'
  • আনহাতে জালুকবাৰী সমষ্টিক বহুতে ভবাৰ দৰে তেওঁ হিমন্তৰ দুৰ্গ বুলি অনুভৱ নকৰে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
  • গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আমিনগাঁৱত ভানুৰ এই সভা।
  • কেইবাশ কংগ্ৰেছ কৰ্মীৰ লগত মত-বিনিময় কৰি নিৰ্বাচন সম্পৰ্কীয় আলোচনা কৰে তেওঁ।