লামডিঙত অৱসৰপ্রাপ্ত সেনা জোৱানৰ পৰা চোৰে লুটিলে লাখ টকাৰ সামগ্ৰী...

লামডিঙত দিন দুপৰতে চোৰৰ উপদ্রৱ। লামডিং মহাবিদ্যালয়ৰ সমীপত সংঘটিত এই ঘটনা।
লামডিঙত অৱসৰপ্রাপ্ত সেনা জোৱানৰ পৰা চোৰে লুটিলে লাখ টকাৰ সামগ্ৰী...
  • লামডিঙত দিন দুপৰতে চোৰৰ উপদ্রৱ।

  • লামডিং মহাবিদ্যালয়ৰ সমীপত সংঘটিত এই ঘটনা।

  • এজন অৱসৰপ্রাপ্ত সেনা জোৱানৰ পৰা চোৰে লুটিলে ১.৪০ লাখ টকা।

  • অৱসৰপ্রাপ্ত জোৱানজনে বেংকৰ পৰা উলিয়াই আনিছিল ধনখিনি।

  • লোকজনে স্কুটীৰ ভিতৰৰ বাকচত ভৰাই ৰাখিছিল ধনখিনি।

  • চোৰটোৱে কৌশলেৰে স্কুটীৰ ভিতৰৰ পৰা লুট কৰে ধনখিনি।

  • ৰাইজে তৎপৰতাৰে কৰায়ত্ত কৰিবলৈ সক্ষম হয় চোৰটোক।

  • ধৃত চোৰটো গুৱাহাটীৰ মুনিয়া দাস বুলি চিনাক্ত।

  • ৰাইজে আৰক্ষীক চমজায় দিয়ে ধৃত চোৰটোক।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in