/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/dec726e1-6227-4e49-a4d3-3c4220a960c2/download.jpg)
-
লামডিঙত দিন দুপৰতে চোৰৰ উপদ্রৱ।
-
লামডিং মহাবিদ্যালয়ৰ সমীপত সংঘটিত এই ঘটনা।
-
এজন অৱসৰপ্রাপ্ত সেনা জোৱানৰ পৰা চোৰে লুটিলে ১.৪০ লাখ টকা।
-
অৱসৰপ্রাপ্ত জোৱানজনে বেংকৰ পৰা উলিয়াই আনিছিল ধনখিনি।
-
লোকজনে স্কুটীৰ ভিতৰৰ বাকচত ভৰাই ৰাখিছিল ধনখিনি।
-
চোৰটোৱে কৌশলেৰে স্কুটীৰ ভিতৰৰ পৰা লুট কৰে ধনখিনি।
-
ৰাইজে তৎপৰতাৰে কৰায়ত্ত কৰিবলৈ সক্ষম হয় চোৰটোক।
-
ধৃত চোৰটো গুৱাহাটীৰ মুনিয়া দাস বুলি চিনাক্ত।
-
ৰাইজে আৰক্ষীক চমজায় দিয়ে ধৃত চোৰটোক।