New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/mmnmn.jpg)
- মণিপুৰত সংঘটিত হোৱা ভূমিস্খলনত নিহত লামডিঙৰ এগৰাকী ব্যক্তি।
- মৃত লোকজন লামডিং সাধুকুটিৰ নিৱাসী গুৰেন্দ্ৰ উপাধ্যায় ৷
- নায়ক কোম্পানী এণ্ড প্ৰাইভেট লিমিটেডৰ চুপাৰভাইজাৰ হিচাৰে মণিপুৰত কৰ্মৰত আছিল ৷
- চিনাক্ত কৰণৰ হোৱাৰ পিছতেই লামডিঙলৈ অনা হ'ব মৃতদেহটো ৷
- পুৱতি নিশা লামডিঙত আহি পাবহি মৃতদেহটো ৷
- বৰ্তমাণ শোকাকুল পৰিৱেশে বিৰাজমাণ কৰিছে অঞ্চলজুৰি ৷