সন্ধানহীন হৈ থকা শিশুৰ মৃতদেহ উদ্ধাৰ

লামডিঙত নিৰুদ্দেশ শিশুৰ মৃতদেহ উদ্ধাৰ।

author-image
Asomiya Pratidin
New Update
সন্ধানহীন হৈ থকা শিশুৰ মৃতদেহ উদ্ধাৰ

  • লামডিঙত নিৰুদ্দেশ শিশুৰ মৃতদেহ উদ্ধাৰ।

  • নিজ বাসগৃহৰ কুঁৱাত উদ্ধাৰ শিশুটিৰ মৃতদেহ।

  • আৰক্ষীৰ তদন্তৰ পিছত উদ্ধাৰ মৃতদেহটো।

  • শিশুটিক হত্যা কৰি পেলাই দিয়াৰ সন্দেহ পৰিয়ালৰ।

  • দেওবাৰে পুৱাৰে পৰা সন্ধানহীন আছিল ১৩ মহীয়া শিশুটি।

assam dead