লামডিঙৰ গুলীচালনা ঘটনাৰ সৈতে জড়িত আন এজনক আটক...

lumding
lumding
  • লামডিংৰ গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত এজনক আটক নিউ বঙাইগাঁও ৰে'ল আৰক্ষীৰ।

  • আটক কৰা যুৱক জনৰ নাম মোহন কুমাৰ।

  • মোহন কুমাৰ নাম যুৱকজনে ৰে'ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তৰুণ চক্ৰৱৰ্তীক গুলী কৰাৰ সন্দেহ আৰক্ষীৰ।

  • নামনিমুৱা বিকানিয়েৰ এক্সপ্ৰেছৰে বহি:ৰাজ্যলৈ গৈ থাকোতে আটক কৰে আৰক্ষীয়ে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in