/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
lumding
-
লামডিংৰ গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত এজনক আটক নিউ বঙাইগাঁও ৰে'ল আৰক্ষীৰ।
-
আটক কৰা যুৱক জনৰ নাম মোহন কুমাৰ।
-
মোহন কুমাৰ নাম যুৱকজনে ৰে'ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তৰুণ চক্ৰৱৰ্তীক গুলী কৰাৰ সন্দেহ আৰক্ষীৰ।
-
নামনিমুৱা বিকানিয়েৰ এক্সপ্ৰেছৰে বহি:ৰাজ্যলৈ গৈ থাকোতে আটক কৰে আৰক্ষীয়ে।