লোকসভা নিৰ্বাচনৰ সকলো খবৰ একেলগে…

লোকসভা নিৰ্বাচনৰ সকলো খবৰ একেলগে…

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ ধনী প্ৰাৰ্থীজন কোন দলৰ?…

" class="commentable_item" data-ft="{" id="u_14_1f" method="post" tn":"]"}"="">
  • অসমত বিয়লি ৩ বজাৰলৈকে ৫টা সমষ্টিত মুঠ ভোটদানৰ হাৰ ৬৩ শতাংশ।
  • মেঘালয়ত ৩ বজালৈকে ৫৫ শতাংশ ভোটদান সম্পন্ন।
  • নাগালেণ্ডত ৩ বজালৈকে ৬৮.২৭ শতাংশ ভোটদান ৰাইজৰ।
  • অৰুণাচলত ৩ বজালৈকে ৫৪ শতাংশত ভোটদান সম্পন্ন।
  • মণিপুৰত ৩ বজালৈকে ৬৮.১৬ শতাংশ সম্পন্ন।
  • ছিকিমত ৩ বজালৈকে ৬২ শতাংশ ভোটদান ৰাইজৰ।
  • ডিব্ৰুগড়ত বিয়লি ৩ বজালৈকে ৬১ শতাংশ ভোটদান।
  • যোৰহাটত বিয়লি ৩ বজালৈকে ভোটদানৰ হাৰ ৬৫ শতাংশ।
  • লখিমপুৰত বিয়লি ৩ বজালৈকে ভোটদানৰ হাৰ ৬৫শতাংশ।
  • তেজপুৰত বিয়লি ৩ বজালৈকে ভোটদানৰ হাৰ ৬০ শতাংশ।
  • কলিয়াবৰত বিয়লি ৩ বজালৈকে ভোটদানৰ হাৰ ৬৪ শতাংশ।
  • থাওৰা সমষ্টিত- ৬২ শতাংশ।
  • আমগুৰি সমষ্টিত- ৬১ শতাংশ।
  • শিৱসাগৰ সমষ্টিত- ৬১ শতাংশ।
  • ৩ বজাৰলৈকে সোণাৰি সমষ্টিত ৬৬.৫০ শতাংশ ভোটদান সম্পন্ন।
  • মাহমৰা সমষ্টিত ৬৩ শতাংশ ভোটদান সম্পন্ন।
  • ভোটগ্ৰহণ কেন্দ্ৰ সমূহত ভোটদান অব্যাহত আছে৷
  • বিয়লি ৩ বজাৰ লৈকে গোলাঘাট সমষ্টিত ৫৮.৭০ শতাংশ ভোটদান।
  • ইফালে খুমটাইত সম্পন্ন ৫৩.০৩ শতাংশ ভোটদান সম্পন্ন।