যোৰহাটত ১ লাখৰো অধিক ভোটত গৌৰৱ গগৈৰ অগ্ৰগতিঃ অসমৰ ১৪ টা সমষ্টিৰ শেহতীয়া আপডেট

যোৰহাটত ১ লাখৰো অধিক ভোটত গৌৰৱ গগৈৰ অগ্ৰগতিঃ অসমৰ ১৪ টা সমষ্টিৰ শেহতীয়া আপডেট
  • লখিমপুৰ লোকসভা সমষ্টিত ১৫৬৩৫২ টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা।

  • বৰপেটা লোকসভা সমষ্টিত ১০৫৯৮৮ টা ভোটত আগবাঢ়ি আছে অগপ ফণীভূষণ চৌধুৰী।

  • দৰং ওদালগুৰি সমষ্টিত ১৮১৬৫৫ টা ভোটত অগ্ৰগতি বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ

  • ধুবুৰী সমষ্টিত ৪৩৭৭৮৩ টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুচেইন।

  • ডিব্ৰুগড় সমষ্টিত ১৯৬৭৪৫ টা ভোট আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল।

  • ডিফু সমষ্টিত ৪৫৬৬৫ টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী অমৰ সিং তিছু।

  • যোৰহাট সমষ্টিত ১০০১৮৩ টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ।

  • গুৱাহাটী সমষ্টিত ১৪৬৭৭২ টা ভোটত আহবাঢ়ি আছে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি।

  • কাজিৰঙা সমষ্টিত ১১১৫১৩ টা ভোট আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা।

  • কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী ৩০৬২৫ টা ভোটত অগ্ৰগতি লাভ কৰি আছে।

  • নগাঁও লোকসভা সমষ্টিত ১০৫৪৮৬ টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ

  • শোণিতপুৰত ২০৯৯৩০ টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত।

  • শিলচৰত ২৭১৯৫৬ টা ভোটত আগবাঢ়ি বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য

  • কৰিমগঞ্জত ১৩০২ টা ভোটত আগবাঢ়ি আছে হাফিজ ৰছিদ আহমেদ চৌধৰী

যোৰহাটত ১ লাখৰো অধিক ভোটত গৌৰৱ গগৈৰ অগ্ৰগতিঃ অসমৰ ১৪ টা সমষ্টিৰ শেহতীয়া আপডেট
পঢ়ি লওক সবিশেষঃ অসমৰ ১৪টা সমষ্টিত কোন কিমান ভোট আগবাঢ়ি আছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in