New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/breaking-Plate.jpg)
বোকাখাতত বজ্ৰ পৰি পশুধনৰ মৃত্যু।
বোকাখাতৰ কেইবাঠাইতো প্ৰচণ্ড বৰষুণ-ধুমুহা আৰু শিলাবৃষ্টি।
কেইবাটাও অঞ্চলত ব্যাপক ক্ষয়-ক্ষতি।
উপ-জিলাখনৰ চহলা দিঘলীআটি গাঁৱত বজ্ৰপাতৰ ঘটনা।
বজ্ৰ পৰি সুভাস চৌধৰী নামৰ লোকজনৰ দুটাকৈ পশুধনৰ মৃত্যু।
Also Read: যোৰাবাট-জালুকবাৰীত বিলাতী সুৰা জব্দ : ৩জনক আটক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us