New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/liquor.jpg)
পূজাৰ বতৰত মহানগৰীত সুৰা বিক্রীত অভিলেখ।
৩দিনত বিক্রী ১৬.৮০ কোটি টকাৰ সুৰা।
১অক্টোবৰত বিক্রী ৬.৭৫ কোটি টকাৰ সুৰা।
৩ অক্টোবৰত সুৰাৰ বিক্রী ৪.৮০ কোটি টকা।
৪ অক্টোবৰত বিক্রী ৫.২৫ কোটি টকাৰ সুৰা।
আবকাৰী বিভাগে সদৰী কৰিলে এই তথ্য।
পূজাৰ বতৰত মহানগৰীত সুৰা বিক্রীত অভিলেখ।
৩দিনত বিক্রী ১৬.৮০ কোটি টকাৰ সুৰা।
১অক্টোবৰত বিক্রী ৬.৭৫ কোটি টকাৰ সুৰা।
৩ অক্টোবৰত সুৰাৰ বিক্রী ৪.৮০ কোটি টকা।
৪ অক্টোবৰত বিক্রী ৫.২৫ কোটি টকাৰ সুৰা।
আবকাৰী বিভাগে সদৰী কৰিলে এই তথ্য।