/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-24/aeh79lzn/AP-FOR-WEB-5-1.jpg)
চৰাইদেউত নিষিদ্ধ ঘোষিত সংগঠনৰ লিংকমেন আটক।
আটকাধীন লেংমেনগৰাকীৰ নাম হ’ল তুলসী গগৈ ৷
চৰাইদেউ সোণাৰি আৰক্ষী আৰু মথুৰাপুৰ আৰক্ষী সহযোগত আটক কৰে তেঁওক।
বুধবাৰে নিশা টেঙা পুখুৰী কলিয়া মাটি নিজাৰ পৰা আটক কৰে লিংকমেনজনক ৷
বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে আটক কৰে তুলসী গগৈক।
বৰ্তমান আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ৷
Also Read: প্ৰদীপ বৰুৱা- যতীন্দ্ৰ নাথ গোস্বামী- বিনোদ খনাললৈ ‘অসম জাতীয় বিদ্যালয় সন্মান’