/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/lg.jpg)
ডিজিটেল ডেস্ক": চাৰ্কিট চিটি আৰু এলজি ইলেক্ট্ৰনিক্সে কাশ্যপ বিশ্বাসলৈ এলজি লাকী ড্ৰ'ৰ বিজয়ী ঘোষণা কৰে।
এলজি বেষ্ট শ্বপ চান্দমাৰীৰ পৰা ১২০০০০ টকাৰ মূল্যৰ ৪৯ ইঞ্চি এলজি ওলেড ক্ৰয় কৰিছিল। কাশ্যপে লাকী ড্ৰত বিজয়ী হৈ ১৩০০০০ টকাৰ এলজি গ্ৰাম লেপটপ লাভ কৰিবলৈ সক্ষম হয় ।
চাৰ্কিট চিটিয়ে কাশ্যপ আৰু পৰিয়ালক অভিনন্দন জনায়। চাৰ্কিট চিটি চান্দমাৰীৰ মালিক নৰেন্দ্ৰ চোনিয়ে গ্ৰাহকক পুৰস্কাৰটো প্ৰদান কৰে।
আৰু পঢ়ক: কাম কৰি থকা অৱস্থাতে বিদ্যুৎ সংযোগ, বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই এজন সংকটজনক…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us