New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
নাজিৰাত পিঞ্জৰাৱদ্ধ প্রকাণ্ড নাহৰফুটুকী।
ONGCৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সমীপত পিঞ্জৰাৱদ্ধ।
কালিৰে পৰা অঞ্চলটোত উপদ্রৱ চলাই আছিল নাহৰফুটুকীটোৱে।
ইয়াৰ পিছতে নিশাই বন বিভাগে পাতিছিল পিঞ্জৰা।
বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো।
Also Read: আজি বিশ্ব গঁড় দিৱস