অসম ৰাষ্ট্ৰীয় মাজ নিশাও অব্যাহত প্ৰদ্যুত-ৰূপকৰ যুঁজ… মাজ নিশাও অব্যাহত প্ৰদ্যুত-ৰূপকৰ যুঁজ… asomiyapratidin 24 May 2019 00:59 IST Follow UsNew Updateনগাঁৱত ১৭, ৫৪৪ টা ভোটত অগ্ৰগতি লাভ কৰিছে প্ৰদ্যুত বৰদলৈয়ে।প্ৰদ্যুত বৰদলৈয়ে লাভ কৰিছে ৭৩৯৩৯৭ টা ভোট।আনহাতে ৰূপক শৰ্মাই লাভ কৰিছে ৭২১৮৫৩ টা ভোট।কিছুসময় পাছতে ঘোষণা হ'ব চূড়ান্ত ফলাফল।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক