বিধান সভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিন

author-image
Asomiya Pratidin
New Update
বিধান সভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিন

  • পঞ্চদশ বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি অন্তিম দিন।

  • আজি বিধানসভাত চৰকাৰী পক্ষই উত্থাপন কৰিব ১৩খন বিধেয়ক।

  • প্রশ্নোত্তৰ কালেৰে আৰম্ভ হ'ব সদনৰ কাৰ্যসূচী।

  • কৃষি, অসম চুক্তি ৰূপায়ণ, সীমান্ত আদি বিষয়ৰ প্রশ্নসমূহৰ উত্তৰ দিব মন্ত্রীয়ে।

  • অসম আৰক্ষী সংশোধনী আইন পাৰিত কৰাৰ বাবে প্রস্তাৱ কৰিব মুখ্যমন্ত্রীয়ে।

assam assembly