New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/5fa554a0-c6e4-41bc-9137-094c95f61ecd/download.jpg)
-
লংকাৰ ৪নং ৱাৰ্ডৰ সমীপৰ ৰে’ল পথত দুৰ্ঘটনা।
-
নামনিমুৱা ৰঙিয়া এক্সপ্রেছৰ পৰা সৰি পৰিল এজন যাত্রী।
-
ৰে’লখনৰ চেপাত কাটি গ’ল যাত্রীজনৰ এখন ভৰি।
-
এতিয়াও চিনাক্ত হোৱা নাই দুৰ্ঘটনাগ্রস্ত লোকজন।
-
লংকা ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে লোকজনক।