অসম মুখ্য-পৃষ্ঠা লংকাত পথ দুৰ্ঘটনা, তীব্ৰবেগী বাইকৰ খুন্দাত নিহত মহিলা… লংকাত পথ দুৰ্ঘটনা, তীব্ৰবেগী বাইকৰ খুন্দাত নিহত মহিলা… asomiyapratidin 27 Jul 2022 07:54 IST Follow UsNew Updateলংকাৰ বামুণগাঁও চাৰিআলীত পথ দুৰ্ঘটনা।দ্রুতবেগী মটৰ চাইকেলৰ খুন্দাত নিহত এগৰাকী মহিলা।নিহত মহিলাগৰাকী বামুণগাঁৱৰ গুলনেহাৰ বেগম।দুৰ্ঘটনাত আহত মটৰচাইকেল আৰোহীজন।আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেলখন assam road accident lanka deadআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক