মেঘালয়ৰ সোণাপুৰ সুৰংগৰ সমীপত ভূমিস্খলন

নেৰানেপেৰা বৰষুণৰ ফলত পুৱাৰে পৰা খহিছে পাহাৰ

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

  • পুনৰ মেঘালয়ৰ সোণাপুৰ সুৰংগৰ সমীপত সংঘটিত হয় ভূমিস্খলন ।

Advertisment
  • নেৰানেপেৰা বৰষুণৰ ফলত পুৱাৰে পৰা খহিছে পাহাৰ ।

  • ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে ৰাষ্ট্রীয় ঘাইপথ ।

  • বৰাক-গুৱাহাটী সংযোগী পথৰে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা ।

  • দুয়োপাৰে আবদ্ধ হৈ পৰিছে শ শ বাহন ।

  • পথ মুকলিৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে।

Also Read: ৰে'ল যাত্ৰাত সুৰক্ষা বিচাৰি নেদাৰলেণ্ডৰ পৰা পত্ৰ প্ৰেৰণ প্রধানমন্ত্রীলৈ

assam sonapur meghalaya landslide