Advertisment

লামডিঙত মালবাহী ৰে'লৰ দুৰ্ঘটনা...

লামডিঙত মালবাহী ৰেলৰ দুৰ্ঘটনা ৷  লামডিং জংচনৰ পৰা প্ৰায়  ৫০০মিটাৰ দূৰৈত সংঘটিত হৈছে ঘটনাটো ৷ লাইনচ্যুত হ'ল দুটাকৈ মালবাহী ৰেলৰ ডবা ৷  ঘটনাটোত কোনো লোক হতাহতি হোৱাৰ খৱৰ পোৱা যোৱা নাই ৷ 

author-image
Asomiya Pratidin
New Update
লামডিঙত মালবাহী ৰেলৰ দুৰ্ঘটনা ৷

লামডিঙত মালবাহী ৰেলৰ দুৰ্ঘটনা ৷ Photograph: (লামডিঙত মালবাহী ৰেলৰ দুৰ্ঘটনা ৷ )

  • লামডিঙত মালবাহী ৰেলৰ দুৰ্ঘটনা ৷ 
  • লামডিং জংচনৰ পৰা প্ৰায়  ৫০০মিটাৰ দূৰৈত সংঘটিত হৈছে ঘটনাটো ৷
  • লাইনচ্যুত হ'ল দুটাকৈ মালবাহী ৰেলৰ ডবা ৷ 
  • ঘটনাটোত কোনো লোক হতাহতি হোৱাৰ খৱৰ পোৱা যোৱা নাই ৷ 
  • লগে লগে ঘটনাস্থলীত উপস্থিত ৰেলৱে উচ্চ পদস্থ বিষয়া আৰু উদ্ধাৰকাৰীৰ দলে ৷ 
  • নিশাই ক্ষীপ্ৰতাৰে ৰেলৰ ডবাদুটা সঠিকৈ লাইনত উঠাবলৈ তথা লাইন মুকলি কৰিবলৈ কামত লাগি যোৱা পৰিলক্ষিত হয় ৷ 
  • কেনেকৈ কাৰ ভূলত উক্ত ঘটনাটো সংঘটিত হ'ল তাৰ তদন্ত এতিয়া ৰেলবিভাগে আৰম্ভ কৰিছে ৷
লামডিঙ