New Update
/asomiyapratidin/media/media_files/2025/01/08/PZOg407IUls2pXuQHqRC.jpg)
লামডিং ৰে'লৱে ষ্টেচনত নিচাজাতীয় সামগ্ৰীসহ আটক এজন...
- লামডিং ৰে'ল আৰক্ষী নিষিদ্ধ নিচা জাতিও সামগ্ৰী বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।
- লামডিং ৰে'লৱে ষ্টেচনত নিষিদ্ধ ভাং সহ আটক এজন যুৱক।
- গোপন সূত্ৰৰ পম খেদি লামডিং ৰেল আৰক্ষী অভিযান চলাই কলকাতা গৰিব ৰথ এক্সপ্ৰেছ ট্ৰেইন পৰা ভাং সহ এজন যুৱকক আটক
- অভিযানত AC ডবাৰ পৰা ১১ কেজি ভাং জব্দ কৰিছে ৷
- আটকাধীন যুৱক জনৰ নাম টাইজুল ইছলাম ত্ৰিপুৰা বৰমুৰা বাসিন্দা বুলি জানিব পৰা গৈছে
- আটকাধীন যুৱক জনে ত্ৰিপুৰা পৰা কলকাতা লৈ গৈ আছিল ভাং খিনি
- আগৰতলাৰ পৰা বিভিন্ন কৌশলেৰে নিষিদ্ধ সামগ্ৰী প্ৰতিদিনেই ৰেল যোগে বহি:ৰাজ্যলৈ সৰৱৰাহ হৈ আহিছে