/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
দেওবিলত ৰঙানদীত দুই ছাত্ৰৰ সলিল সমাধি...
লখিমপুৰৰ দেওবিলত অঘটন।
ৰঙানদীত দুই ছাত্ৰৰ সলিল সমাধি।
দুই ছাত্ৰৰ ঘৰ নৰাগাঁৱত।
এগৰাকী ছাত্ৰ সপ্তম শ্ৰেণীৰ জয়দ্বীপ হাজৰিকা।
আনগৰাকী ছাত্ৰ ষষ্ঠ শ্ৰেণীৰ তন্ময় দত্ত।
দুয়োগৰাকী ছাত্ৰ মৃতদেহ উদ্ধাৰ এছ ডি আৰ এফে।
Also Read: ভাৰতত বৰ্তমান শক্তিশালী চৰকাৰ আছে, যাৰ বাবে ত্ৰিৰংগা যুদ্ধক্ষেত্ৰতো সুৰক্ষিতঃ মোডী