/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/2d19e53c-94fe-4f20-80be-9dd872301f8a/4.jpg)
-
লখিমপুৰৰ অৱনীশ হাস্পতালৰ স্বত্বাধিকাৰী তথা প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ অৰূপ দত্তক গ্ৰেপ্তাৰ কৰে ৷
-
এগৰাকী নাৰ্চৰ চাকৰি বিচাৰি অহা যুৱতীক শ্লীলতা হানিৰ অভিযোগত গ্ৰেপ্তাৰ ৰোগ বিশেষজ্ঞগৰাকীক ৷
-
মাজৰাতি লখিমপুৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰোগ বিশেষজ্ঞজনক ৷
-
দীৰ্ঘদিনৰ পৰা এনে অভিযোগ উত্থাপন হৈ আহিছিল এইজন চিকিৎসকৰ বিৰুদ্ধে।
-
সম্প্ৰতি লখিমপুৰ সদৰ আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে বিতৰ্কিত চিকিৎসক জনক।
Also Read: জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সামৰণি