/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6dda4f50-847a-4956-9357-bf348573afec/13.jpg)
-
যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে ৰঙানদীয়ে।
-
ৰঙা নদী বান্ধাৰ পানী খুলি দিছে নিপক'ৱে।
-
সন্ধিয়া ৬বাজি ৪০ মিনিটত খুলি দিয়া হৈছে বান্ধটোৰ সকলো গেট।
-
উত্তৰ অসমত ভয়াৱহ বানৰ পূৰ্ণ সম্ভাৱনা আছে।
-
ইতিমধ্যে নৈপৰীয়ালৈ সতৰ্কতামূলকবাণী জাৰি কৰিছে জিলা প্ৰশাসনে।
-
নৈপৰীয়া অঞ্চলত ১৪৪ ধাৰা জাৰি কৰা হৈছে।
-
মাছ ধৰা, খৰি বিচৰা কাৰ্যকলাপত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে।