/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/c4279675-0b01-4f8c-bf5e-73f001cc4c04/2.jpg)
লখিমপুৰৰ দল’হাতত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷
ৰাজীৱ লেখাৰু নামৰ ব্যক্তিজন দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত হয়।
নিৰ্বাচনী কামৰ পৰা নিজা গাড়ীয়ে লখিমপুৰৰ পৰা ঘৰলৈ অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা ৷
এখন বাছেৰে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
ৰাজীৱ লেখাৰু বিহপুৰীয়া মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগী অধ্যাপক ৷
Also Read: সামৰণি পৰিল প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us