উৰুকাৰ নিশা লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা...

উৰুকাৰ নিশা লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা...

author-image
Asomiya Pratidin
New Update
উৰুকাৰ নিশা লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা...

উৰুকাৰ নিশা লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা...

  • উৰুকাৰ নিশা লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • জিলাখনৰ বান্দৰদেৱাত সংঘটিত হৈছে এই ঘটনা।

  • পথৰ পৰা প্ৰায় ২০ ফুট তললৈ বাগৰি পৰিল এখন বাহন।

  • বাহনখনত আছিল ১৮ জনকৈ যাত্ৰা।

  • গুৰুতৰভাৱে আহত হৈছে আটাইকেইজন যাত্ৰী।

  • দুৰ্ঘটনাত পতিত বাহনখন আছিল মালবাহী টাটা এ চি গাড়ী।

Advertisment

Also Read: আজি মাঘ বিহুঃ অগ্নি দেৱতাক সেৱা জনাই জ্যেষ্ঠৰ আশীৰ্বাদ ল'লে কনিষ্ঠই...

পথ দুৰ্ঘটনা