/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
-
লখিমপুৰ বাইপাছৰ বোৱালগুৰিত ভয়ংকৰ দুৰ্ঘটনা।
-
বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা।
-
ট্রাকত খুন্দা মাৰুতি ব্রেজা বাহনৰ।
-
থিতাতে নিহত এগৰাকী যুৱতী।
-
ব্রেজা বাহনখনৰ দুই যুৱকৰ অৱস্থাত সংকটজনক।
-
এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত যুৱতীগৰাকী।
-
দুৰ্ঘটনাগ্রস্ত মাৰুতি ব্রেজা বাহখনৰ নম্বৰ AS-07 M 3904।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।