লখিমপুৰত নিচাযুক্ত সামগ্ৰী জব্দঃ মহিলাসহ ৬জনক গ্রেপ্তাৰ

লখিমপুৰত নিচাযুক্ত সামগ্ৰী জব্দঃ মহিলাসহ ৬জনক গ্রেপ্তাৰ
  • লখিমপুৰৰ পানীগাঁৱৰ বৰডুবি চানং গাঁৱত ড্রাগছ জব্দ

  • আৰক্ষীৰ অভিযানত জব্দ ২৫ লাখ টকাৰ হেৰ’ইন

  • কৰিমগঞ্জৰ এজন সৰবৰাহকাৰীয়ে এখন ছুইফটেৰে আনিছিল হেৰ’ইনখিনি

  • ড্রাগছ বিক্রী কৰি থকাৰ সময়তে অভিযান চলাই আৰক্ষীয়ে

  • ঘটনা সন্দৰ্ভত এগৰাকী মহিলাসহ ৬জনক গ্রেপ্তাৰ আৰক্ষীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in