/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2f1e6f40-9494-4004-a131-5c9197cbbd1d/aimu.jpg)
ডিজিটেল সংবাদ,লখিমপুৰঃ লখিমপুৰৰ বঙালমৰাত ভংয়কৰ কাণ্ড ৷ ড্ৰাগছ সৰবৰাহকাৰী কিশোৰীক আটক ৷ সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰী গৰাকীক ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰিছিল পিতৃয়ে ৷
১ নং আহমেদপুৰৰ বাসিন্দা আব্দুল আলিয়ে ড্ৰাগছ সৰবৰাহত জড়িত কৰাইছিল কিশোৰী গৰাকীক ৷ ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী কিশোৰী গৰাকীৰ লগতে ক্ৰেতা ছাইফুল ইছলাম আৰু হুছেইন আলি নামৰ যুৱকদ্বয়ক কৰায়ত্ত কৰি বঙালমৰা আৰক্ষীক চমজাই দিয়ে ৷
Also Read: চাহ নহয়, এইবাৰ MBA মুৰ্গীৱালাই বছৰি উপাৰ্জন কৰিছে লাখ লাখ টকা...