New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/840c76cb-5574-4452-814d-edb75b53d6cd/drugs.jpg)
লখিমপুৰত ড্ৰাগছ সহ এহাল দম্পতীক আটক ৷
দম্পতী হালৰ পৰা ৬.২৮ গ্ৰাম হিৰ’ইন জব্দ ৷
খেলমাটি আৰক্ষীয়ে লখিমপুৰৰ বাইপাছৰ পৰা আটক কৰে দুয়োকে ৷
ধৃত দম্পতীৰ নাম হিতেশ পাৱে আৰু অৰ্চনা টায়ে ৷
ঘৰ পহুমৰাৰ ন ভঙনীয়াত।
অৰ্চনা টায়ে ৯ মাহৰ অন্তঃসত্ত্বা ৷ দুয়োকে জে’ল হাজোতলৈ প্ৰেৰণ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us