লখিমপুৰত ড্ৰাগছ সহ এহাল দম্পতীক আটক

লখিমপুৰত ড্ৰাগছ সহ এহাল দম্পতীক আটক
  • লখিমপুৰত ড্ৰাগছ সহ এহাল দম্পতীক আটক ৷

  • দম্পতী হালৰ পৰা ৬.২৮ গ্ৰাম হিৰ’ইন জব্দ ৷

  • খেলমাটি আৰক্ষীয়ে লখিমপুৰৰ বাইপাছৰ পৰা আটক কৰে দুয়োকে ৷

  • ধৃত দম্পতীৰ নাম হিতেশ পাৱে আৰু অৰ্চনা টায়ে ৷

  • ঘৰ পহুমৰাৰ ন ভঙনীয়াত।

  • অৰ্চনা টায়ে ৯ মাহৰ অন্তঃসত্ত্বা ৷ দুয়োকে জে’ল হাজোতলৈ প্ৰেৰণ ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in