/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/550ed335-55d9-4257-8cb8-5385ea18c338/lakhimpur_05.jpg)
লখিমপুৰৰ গৰিয়াজানত যুৱকৰ মৃতদেহ উদ্ধাৰ...
-
লখিমপুৰত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ।
-
জিলাখনৰ গৰিয়াজানত উদ্ধাৰ হৈছে এই মৃতদেহ।
-
উদ্ধাৰ হোৱা মৃতদেহটো টবিদ হুছেইন বুলি চিনাক্ত।
-
বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন।
-
জানিব পৰা মতে বন্ধুৰ সৈতে কাজিয়াত লিপ্ত হৈছিল টবিদ হুছেইন।
-
ইয়াৰ পাছৰ পৰাই সন্ধানহীন হৈ আছিল তেওঁ।
Also Read: ভাল খবৰঃ অসম গেছ কোম্পানীত ওলাইছে চাকৰি...