New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/10147be7-9248-47a3-8b51-33eb5d526e2d/download.jpg)
উদ্ধাৰ এটি মৃতদেহ
লখিমপুৰৰ গৰিয়াজানত মৃতদেহ উদ্ধাৰ।
মৃতদেহটো টবিদ হুছেইন নামৰ যুৱকৰ বুলি চিনাক্ত কৰা হৈছে।
বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন।
SDRFৰ অভিযানত উদ্ধাৰ মৃতদেহটো।
Also Read: গোৱালপাৰাৰ কৃষ্ণাইত অচিনাক্ত বাহনে মহটিয়াই নিলে পথচাৰীক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us