/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/25dc0094-98f3-4bc8-b6c1-5b1f05518db3/accident.jpg)
গোৱালপাৰাৰ কৃষ্ণাইত অচিনাক্ত বাহনে মহটিয়াই নিলে পথচাৰীক...
গোৱালপাৰাৰ কৃষ্ণাইৰ শালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
অচিনাক্ত বাহনে মহটিয়াই নিলে এজন পথচাৰীক।
দুৰ্ঘটনাত থিতাতে নিহত হয় লোকজন।
নিহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
দুৰ্ঘটনাস্থলীত উদ্ধাৰ এখন বাহনৰ নম্বৰ প্লেট।
Also Read: বিশ্ব ঐতিহ্য স্বীকৃতি সন্দৰ্ভত চৰাইদেউ আৰু শিৱসাগৰৰ প্ৰশাসনৰ সংবাদমেল