/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e24a591a-c21f-4b86-b59a-df40741b8c53/bnv.jpg)
-
লখিমপুৰত আটক হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য।
-
আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগত তীব্ৰ বাক-বিতণ্ডা ৷
-
তাৰপাছতে আটক কৰে বলেন বৈশ্যক।
-
লগতে আটক জাকিৰ হুছেইন নামৰ আন এজনলোককো।
-
লখিমপুৰ নগৰৰ গোপিনগৰ কলনীত চলি আছিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বৌদ্ধিক শিবিৰ।
-
ইয়াৰ মাজতে জাকিৰ হুছেইন নামৰ লোকজনৰ পৰিয়ালে বৌদ্ধিক শিবিৰত আক্ৰমণ কৰাৰ অভিযোগ।
-
ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত কৰি তোলে হিন্দু যুৱ ছাত্ৰ পৰিষদে।