লখিমপুৰ নগৰৰ টাউন বান্তৌত ভোটদান কৰিবলৈ অহা মহিলাক ছুৰীৰে প্ৰাণনাশৰ চেষ্টা…

লখিমপুৰ নগৰৰ টাউন বান্তৌত ভোটদান কৰিবলৈ অহা মহিলাক ছুৰীৰে প্ৰাণনাশৰ চেষ্টা…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • লখিমপুৰ নগৰৰ টাউন বান্তৌত ভোটদান কৰিবলৈ অহা মহিলাক ছুৰীৰে প্ৰাণনাশৰ চেষ্টা।
  • আঘাতপ্ৰাপ্ত মহিলাগৰাকীক লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
  • অভিযুক্ত লোকজনক আটক কৰিছে খেলমাটি আৰক্ষীয়ে।
  • এই ঘটনাক লৈ লখিমপুৰ নগৰত চাঞ্চল্য।