New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/hs.png)
ডিজিটেল ডেস্ক,লখিমপুৰ:
- মঙলবাৰে শুভ উদ্বোধন হ'ব ৰাজ্যৰ অষ্টম খন চিকিৎসা মহাবিদ্যালয়ৰ ৷
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিব লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ।
- ৫৮৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে চিকিৎসা মহাবিদ্যালয় খন।
- ৫১৪ খন বিচনা যুক্ত হাস্পতালৰ ব্যৱস্থা,১০০ খন আসন ছাত্ৰছাত্ৰীৰ।
- প্ৰথম বৰ্ষৰ MBBS ত নাম ভৰ্তি ৭৫ গৰাকীৰ।
- শতাধিক শিক্ষকে পাঠ দান কৰিব ।
- বিশেষ সুবিধা সন্নিবিষ্ট কৰা হৈছে IMC ৰ গাইড লাইন মতে ৷