লখিমপুৰত জয়ৰ দিশে বিজেপি…

লখিমপুৰত জয়ৰ দিশে বিজেপি…

author-image
asomiyapratidin
New Update
অসমত ৭খন আসনত আগবাঢ়ি আছে বিজেপি…

  • লখিমপুৰত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা।
  • প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২৪০০০০ ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁয়ে লাভ কৰিছে ১০৭৬৫৩টা ভোট।
  • সমষ্টিটোৰ নোটা ভোটৰ সংখ্যা হৈছে ৫৫৬৭টা।