New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/LAKHIMPUR-SOP.jpg)
- কন্টেইনমেন্ট জিলা ঘোষণাৰ পাছতে লখিমপুৰ প্ৰশাসনৰ সংবাদমেল।
- বুধবাৰৰ পৰা অধিক কঠোৰ হ'ব জিলা প্ৰশাসন।
- চিকিৎসা সেৱা ,সংবাদ সেৱা ,জৰুৰী সেৱাৰ বাদে কোনো সেৱা উপলব্ধ নহ'ব।
- গেলা মাল ,ফল মুল ,শাকপাচলিৰ দোকান কোভিড বিধি মানি সন্ধিয়া ৫ বজালৈ খোলা থাকিব ৷
- চৰকাৰী পৰিবহন আৰু ব্যক্তিগত বাহন চলাচলত নিষেধাজ্ঞা ।
- চাইকেল ,মটৰ চাইকেল চলোৱা ,সান্ধ্য ভ্ৰমণ কৰা নিষেধ ৷
- কোভিড বিধি ,SOP ভংগ কাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন ৷
- আইন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰিব ৷