New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-result-and-agragati.jpg)
- লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ধেমাজি বিধানসভাৰ প্ৰথম ৰাউণ্ডৰ ভোটগণনা অন্ত।
- ১১,২২৬টা ভোটেৰে আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা।
- কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইয়ে পাইছে ৪,৮০৪টা ভোট।
- ৰাজ্যখনত ৯টা লোকসভা সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী।
- দুটা সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us