লাহৰীঘাটৰ বালিডোংগা হাইস্কুলৰ ভোটকেন্দ্ৰত প্ৰচণ্ড মাৰপিট, আহত ৩ গৰাকী মহিলা

লাহৰীঘাটৰ বালিডোংগা হাইস্কুলৰ ভোটকেন্দ্ৰত প্ৰচণ্ড মাৰপিট, আহত ৩ গৰাকী মহিলা

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • লাহৰীঘাটত নিৰ্বাচনী হিংসা।
  • বালিডোংগা হাইস্কুলৰ ভোটকেন্দ্ৰত প্ৰচণ্ড মাৰপিট।
  • ২ ফৈদৰ মাৰপিটত আহত ৩ গৰাকী মহিলা।
  • আহত জেছমিনা বেগম, তাছলিমা বেগম, ৰ'জিনা বেগম।
  • ভোটকেন্দ্ৰত শাৰী পতাক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা।