New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/floood.jpg)
- ON CAMERA ত খহি পৰিল এটা গৃহ।
- এই দৃশ্য লাহৰীঘাটৰ টেঙাগুৰিৰ।
- টেঙাগুৰি স্থিত শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ৰ নাৰ্ছ আৱাস গৃহ নিমিষতে খহি পৰে।
- কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত চিকিৎসালয় খনৰ গাতে লাগি থকা কুইমাৰি বিলত আৰাম্ভ হৈছে ভয়াৱহ খহনীয়াৰ।
- বিলৰ খহনীয়াৰ ফলত নিমিষতে on camera ত খহি পৰে আৱাস গৃহটো।
- অতি শীঘ্ৰে খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে চিকিৎসাখনলৈ ভাবুকি আহি পৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us