/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2f1e6f40-9494-4004-a131-5c9197cbbd1d/aimu.jpg)
-
তিতাবৰত অঘটন।
-
কৰ্মৰত অৱস্থাত মৃত্যু এজন শ্ৰমিকৰ লগতে এজন শ্ৰমিক আহত।
-
সোমবাৰ সংঘটিত হয় এই ঘটনা।
-
বৈদ্যুতিক খুটাৰ ওপৰত কাম কৰি থকা অৱস্থাত তীব্ৰ গতিৰে আহি থকা নামনিমুৱা অৱধ অসম এক্সপ্ৰেছৰ বতাহে টানি লৈ যোৱাৰ ফলতে মৃত্যু ঘটে যুৱকজনৰ ।
-
মৃত যুৱকজনৰ নাম আৰিফ শেখ বুলি জানিব পৰা গৈছে ।
-
KEC কোম্পানীত কৰ্মৰত আছিল শ্ৰমিক জন।
-
আৰিফ শেখৰ ঘৰ পশ্চিম বংগৰ মালদাত বুলি জানিব পৰা গৈছে।
-
আনহাতে বাহাৰুদ্দিন শেখ নামৰ আন এজন শ্ৰমিক আহত হয় ।।