নলবাৰীত অঘটন! বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু শ্রমিকৰ

নলবাৰীৰ বৰধানতলিত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন শ্রমিকৰ।

author-image
Asomiya Pratidin
New Update
লিডুৰ টিৰাপৰ পেট্র’ল পাম্পত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু শ্রমিকৰ

representative image

· নলবাৰীৰ বৰধানতলিত অঘটন।

Advertisment

· বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন শ্রমিকৰ।

· শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

· ঘটনাত আহত আন দুজন শ্রমিক।

· মৃত শ্রমিকজন দক্ষিণ শিংৰাৰ লালচাণ্ড আলী।

· বিদ্যুৎ লাইনত কাম কৰি থাকোতে সংঘটিত এই ঘটনা

assam dead nalbari