/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/614004c5-1dc8-4707-8f39-b15392689cbf/03.jpg)
-
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তৰ কামৰূপ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ৰূপজ্যোতি কাকতিক মাৰপিটৰ অভিযোগ
-
ৰূপজ্যোতিয়ে বিহদিয়াস্থিত কৰ্মস্থলীৰ পৰা ঘৰলৈ যাবলৈ গাড়ীৰ বাবে পথৰ কাষত ৰৈ থাকোতে সংঘটিত হয় এই ঘটনা
-
সন্ধিয়া প্ৰায় ৭.৩০ বজাত পথৰ কাষত ৰৈ থাকোতে সংঘটিত হয় এই ঘটনা
-
জানিব পৰামতে 'অসম পুলিচ' লিখা এখন বলেৰ' বাহনত অহা সামৰিক বাহিনীৰ সাজ পিন্ধা ৩জন লোকে জোৰকৈ গাড়ীত উঠাই লৈ যায় ৰূপজ্যোতিক
-
বাহনখনত উঠাই লৈ গৈ মাৰপিট কৰাৰ অভিযোগ
-
ঘটনা সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে
-
আইন শৃংখলা তথা প্ৰশাসনৰ দায়িত্ব সন্দৰ্ভত প্ৰশ্ন তোলে সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই
-
তেওঁ কয়- এতিয়ালৈকে এজনো দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাটোৱে আচলতে কি সূচায় বুলি প্ৰশ্ন উত্থাপন কৰে।
Also Read: ৰাজেন গোঁহাই-সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে একাংশ বিজেপি নেতা-কৰ্মীৰ তীব্ৰ প্ৰতিবাদ