/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক আটক
পুৱতি নিশা ফৰকাটিং আৰক্ষী চকীয়ে আটক কৰে শইকীয়াক
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৌস্তৱ মণি গগৈৰ নেতৃত্বত যোৱা বৃহৎ পুলিচৰ দলে আটক কৰি লৈ গৈছে
অৱশ্যে এতিয়ালৈকে ইয়াৰ কাৰণ জানিব পৰা হোৱা নাই
অচিৰেই কৃষক নেতাজনক মুক্তি দিবলৈ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।
Also Read: গণৰাজ্য দিৱস : দিল্লীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা, য'তে ত'তে পেলাব নোৱাৰিব ত্ৰিৰংগা