কচুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা...

কচুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা...
  • কচুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা মটৰ চাইকেলসহ চিটিকি পৰিল দুই যুৱক।

  • কচুৱাৰ চানখোলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।

  • এই দুৰ্ঘটনাত গুৰুতৰভাবে আহত দুই যুৱক।

  • স্থানীয় লোকে ততাতৈয়াকৈ কচুৱা মডেল হস্পাতাললৈ দুয়োকে প্ৰেৰণ কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে দুয়োকে নগাঁৱলৈ প্ৰেৰণ।

  • দুৰ্ঘটনা সংঘটিত হোৱা বাইকখনৰ নম্বৰ AS02AG5341

  • আহত যুৱকদ্বয় নুৰ আলম আৰু ইয়াচিন আলি।

  • দুয়োৰে ঘৰ কচুৱাৰ শিঙিমাৰি জিতগাওঁত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in