Advertisment

কচুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১

নিশা কচুৱাৰ দাপাৰা বেলতলা দলঙত ভয়ংকৰ দুৰ্ঘটনা।   পথৰ কাষৰ মাইল পোষ্টত বাইকৰে খুন্দা মাৰি থিতাতে নিহত হয় এজন লোক।  পুৱা পথৰ দাঁতিত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে।  মৃতলোক জনৰ নাম শ্বেখ ফৰিদ।

author-image
Asomiya Pratidin
New Update
কচুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১

কচুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১ Photograph: (প্ৰতিদিন)

  • নিশা কচুৱাৰ দাপাৰা বেলতলা দলঙত ভয়ংকৰ দুৰ্ঘটনা।  
  • পথৰ কাষৰ মাইল পোষ্টত বাইকৰে খুন্দা মাৰি থিতাতে নিহত হয় এজন লোক। 
  • পুৱা পথৰ দাঁতিত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে। 
  • মৃতলোক জনৰ নাম শ্বেখ ফৰিদ।
  • দুৰ্ঘটনাগ্ৰস্ত  বাইকখনৰ নম্বৰ AS-02-AP 9582। 
  • লোকজনৰ ঘৰ কচুৱাৰ চানখোলাত বুলি জনা গৈছে। 
  • লোকজনৰ মৃত্যুৰ প্ৰকৃত কাৰন বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও কোনো অচিনাক্ত গাড়ীয়ে নিশা খূন্দিয়াই  থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ। 
বেলতলা